World Geography GK/ Geography GK Questions/ GK Questions with Answers




World Geography GK/ Geography GK Questions/ GK Questions with Answers



1. Which planet is called twin sister of the earth ?

কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় ?

A. Jupiter -বৃহস্পতি

B. Venus - শুক্র
D.Mars -
মংগল
C. Uranus -
ইউৰেনাছ

Ans. B. Venus - শুক্র
Venus is called Earth's twin because Venus and Earth have a very similar composition,
are almost the same size, and approximately have about the same mass.
শুক্ৰ আৰু পৃথিৱী গ্ৰহ দুটাৰ আকাৰ আৰু ভৰ প্ৰায় একে হোৱা বাবে শুক্রক পৃথিৱীৰ যমজ বুলি কোৱা হয়

2. The largest planet in our solar system :
সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো ?

A. Earth-পৃথিৱী

B. Uranus – ইউৰেনাছ

C. Jupiter – বৃহস্পতি

D. Saturn - শনি

Ans. C. Jupiter - বৃহস্পতি
The largest planet in our solar system by far is Jupiter, which beats out all the other
planets in both mass and volume. Jupiter's mass is more than 300 times that of Earth,
and its diameter, at 140,000 km, is about 11 times Earth's diameter.
আকাৰ আৰু ভৰত বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। পৃথিৱীতকৈ 11 গুণ অধিক ব্যাসৰ
বৃহস্পতি গ্ৰহৰ আয়তন প্রায় 140,000 কিলোমিটাৰ আৰু ইয়াৰ ভৰ পৃথিৱীতকৈ প্ৰায় 300 গুণে অধিক

3. The Earth rotates around its axis from -
পৃথিৱীয়ে নিজৰ অক্ষৰ চাৰিওফালে ঘূৰি থাকে -

A. North to South - উত্তৰৰ পৰা দক্ষিণলৈ
B. South to North -
দক্ষিণৰ পৰা উত্তৰলৈ

C. East to West - পূবৰ পৰা পশ্চিমলৈ
D. West to East -
পশ্চিমৰ পৰা পূবলৈ

Ans. D. West to East - পশ্চিমৰ পৰা পূবলৈ
The Earth rotates on its axis from west to east or anticlockwise. The time taken by the
earth to complete one rotation on its axis is 23 hr 56 min 4 sec.
পৃথিৱীয়ে নিজ অক্ষত পশ্চিমৰ পৰা পূবলৈ বা ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি থাকে। পৃথিৱীয়ে নিজৰ
অক্ষত এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ লোৱা সময় 23 ঘন্টা 56 মিনিট 4 ছেকেণ্ড

4. Which one of the following planets is the brightest ?
তলৰ কোনটো গ্ৰহ আটাইতকৈ উজ্জ্বল ?

A. Mars – মংগল

B. Mercury - বুধ
C. Venus -
শুক্র
D. Jupiter
বৃহস্পতি

 

Ans. C. Venus - শুক্র
Venus: Brightest, Hottest, Morning and evening star.
শুক্র গ্রহ আটাইতকৈ উজ্জ্বল আৰু উত্তপ্ত; ৰাতিপুৱা আৰু সন্ধিয়া ওলোৱা তৰা

5. The mean radius of the Earth is -
পৃথিৱীৰ গড় ব্যাসার্ধ ' -

A. 3200 km

B. 6400km

C. 8400 km

D. 12800 km



Ans. B. 6400km

The mean radius of earth is approximately a 6400km.

পৃথিৱীৰ গড় ব্যাসার্ধ প্ৰায় 6400 কিলোমিটাৰ 

 

 

6. The planet nearest to the Earth :
পৃথিৱীৰ নিকটতম গ্ৰহটো :

A. Mercury – বুধ

B. Mars -মঙ্গল
C. Venus -
শুক্র
D. Jupiter-
বৃহস্পতি

 

Ans. A. Mercury - বুধ
The nearest planet to the Earth is Mercury. For a long time, Venus was thought to be
the closest planet to Earth.
পৃথিৱীৰ নিকটতম গ্ৰহটো হৈছে বুধ। দীৰ্ঘদিন ধৰি শুক্ৰক পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ বুলি ভাবি থকা
হৈছিল।

7. The group of stars arranged in a definite pattern is called :
নির্দিষ্ট শৃংখলত সজ্জিত তৰাৰ গোটক কি বুলি কোৱা হয় ?

A. Milkyway – হাতীপতি

B. Constellation - তৰামণ্ডল
C. Solar System -
সৌৰজগত
D. Andromeda -
এন্ড্র মেডা

Ans. B. Constellation - তৰামণ্ডল

8. The Asteroid belt is found between:
গ্রহাণুৰ পটী কাৰ কাৰ মাজত পোৱা যায়?

A. Earth and Venus -পৃথিৱী আৰু শুক্ৰ
B. Jupiter and Saturn -
বৃহস্পতি আৰু শনি
C. Saturn and Uranus -
শনি আৰু ইউৰেনাছ
D. Mars and Jupiter -
মংগল আৰু বৃহস্পতি

Ans. D. Mars and Jupiter - মংগল আৰু বৃহস্পতি

The asteroid belt is a ring-shaped region in the solar system, located roughly between
the orbits of the planets Jupiter and Mars.
বৃহস্পতি আৰু মংগল গ্ৰহৰ কক্ষপথৰ প্ৰায় মাজভাগত অৱস্থিত গ্ৰহাণুৰ পটী বা বেল্ট সৌৰজগতৰ আঙঠি
আকৃতিৰ অঞ্চল।

9. Which is the largest satellite in solar system ?
সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ কোনটো ?

A. Ganymede –গেনিমেড

B. Titan - টাইটান
C. Triton -
ট্রাইটন
D.Europa -
ইউৰোপা

Ans.  A.Ganymede গেনিমেড়
Ganymede is the largest satellite in the solar system. Discovered by Galileo in the year
. Ganymede is a satellite of Jupiter. It has a diameter of around 5260 kms making
it larger than the planet Mercury.
গেনিমেড হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্রহ। বৃহস্পতি গ্ৰহৰ এই উপগ্ৰহটো 1610 চনত
গেলিলিওৱে আৱিষ্কাৰ কৰিছিল। প্ৰায় 5260 কিলোমিটাৰ ব্যাসৰ এই উপগ্ৰহটো বুধ গ্ৰহতকৈও ডাঙৰ


10. Which one of the following planets rotates clockwise ?
তলৰ কোনটো গ্ৰহ ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি থাকে ?

A.Saturn - শনি

B.Mars - মংগল গ্ৰহ
C.Venus -
শুক্র
D.Mercury
বুধ
·

Ans. C.Venus -
শুক্র
Venus is the planet that rotates clockwise. Venus is one of the two planets that rotate
from east to west. Only Venus and Uranus have this "backwards" rotation.
ঘড়ীৰ কাঁটাৰ দিশত ঘূৰা গ্ৰহ হৈছে শুক্র। পূবৰ পৰা পশ্চিমলৈ ঘূৰি থকা দুটা গ্ৰহৰ ভিতৰত শুক্র গ্রহ
অন্যতম। কেৱল শুক্ৰ আৰু ইউৰেনাছ ' পিছলৈ ঘূৰা গ্ৰহ।

11. The nuclear fuel in the Sun is -
সূৰ্য্যত থকা পাৰমাণৱিক ইন্ধন ' -

A.Helium – হিলিয়াম

B.Hydrogen - হাইড্রজেন
C.Oxygen –
অক্সিজেন

D.Uranium - ইউৰেনিয়াম

Ans. B.Hydrogen - হাইড্রজেন
The nuclear fuel in the sun is hydrogen. Actually the sun isn't "burning" but instead its
heat and light comes from its core where element hydrogen is continuously being
converted into the element helium. This known as nuclear fusion and is basically the
same thing a hydrogen bomb does.
সূৰ্য্যত থকা পাৰমাণৱিক ইন্ধন হাইড্ৰজেন। সূৰ্য্য জ্বলি নাথাকে, দৰাচলতে ইয়াৰ অন্তৰ্ভাগত থকা মৌল হাইড্ৰজেন অবিৰতভাৱে হিলিয়ামলৈ ৰূপান্তৰিত হৈ থকা বাবে তাপ আৰু পোহৰ নিৰ্গত হয় ইয়াক নিউক্লিয়াৰ ফিউজন বুলিও জনা যায় আৰু হাইড্ৰজেন বোমাইও ঠিক এইধৰণে কাম কৰে

12. Lunar eclipse occurs -
চন্দ্রগ্রহণ হয়

A. When moon lies between earth and sun যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্য্যৰ মাজত থাকে
b. When earth lies between sun and moon-
যেতিয়া পৃথিৱী সূৰ্য্য আৰু চন্দ্ৰৰ মাজত থাকে
c. When sun lies between earth and moon -
যেতিয়া সূৰ্য্য পৃথিৱী আৰু চন্দ্ৰৰ মাজত থাকে
d. None of these -
এটাও নহয়


Ans. B. When earth lies between sun and moon-
যেতিয়া পৃথিৱী সূৰ্য্য আৰু চন্দ্ৰৰ মাজত থাকে